আজি হেমন্ত ছোৰেনৰ জামিন আবেদনৰ শুনানি

আজি হেমন্ত ছোৰেনৰ জামিন আবেদনৰ শুনানি।

ৰাঁচীৰ বিশেষ আদালতত হ’ব শুনানি।

১৬ এপ্ৰিলত শুনানিৰ সময়ত আদালতৰ পৰা অতিৰিক্ত সময় বিচাৰিছিল EDয়ে।

৮.৮৬ একৰ ভূমি কেলেংকাৰিৰ গোচৰত জে’লত বন্দী ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

১ জানুৱাৰীত মানী লণ্ডাৰিং গোচৰত EDয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্ত ছোৰেনক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *