আজি চিৰবৈৰী ভাৰত-পাকিস্তানৰ খেল

সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান।দিনৰ ২.৩০ বজাৰ লগে লগে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত পাকিস্তানৰ হাইভল্টেজ মেচখন । এই মেচখনক লৈ ক্ৰিকটপ্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা ।এইবাৰ অৱশ্যে ফাইনেল বা প্ৰথম মেচ নহয়। এইবাৰ বাংলাদেশৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে ২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফীৰ অভিযান আৰম্ভ কৰিছে। ইফালে, নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত পৰাস্ত হৈছে পাকিস্তান ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *