আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন

90

আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন৷ খানাপাৰাৰ পৰা সৰুসজাইলৈ উলিওৱা ৰোড শ্ব’ত অংশ ল’ব অমিত শ্বাহে৷ নিশা তেজপুৰৰ আৱৰ্ত ভৱনত কটোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শালনিবাৰীৰ SSBৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতো ল’ব অংশ৷ ইয়াৰ লগতে শোণিতপুৰৰ ঠেলামৰাত বাথৌ মহাসভাৰ ত্ৰয়োদশ বাৰ্ষিক তৃতীয় সন্মিলনত অংশ ল’ব অমিত শ্বাহে৷