আজি আন্তৰ্জাতিক সুখ দিৱস

আজি আন্তৰ্জাতিক সুখ দিৱস।ৰাষ্ট্ৰসংঘৰ উদ্যোগত আন্তৰ্জাতিক সুখ দিৱস বিশ্বজুৰি উদযাপন কৰা হয়। এইবাৰ আন্তঃৰাষ্ট্ৰীয় সুখ দিৱসৰ থিম হৈছে ‘Be Mindful. Be Grateful. Be Kind’ অৰ্থাৎ ‘সচেতন হওক, কৃতজ্ঞ হওক আৰু দয়াশীল হওক।” আন্তৰ্জাতিক সুখ দিৱস, যাক বিশ্ব সুখ দিৱস বা সুখ দিৱস বুলিও কোৱা হয়, প্ৰতি বছৰে ২০ মাৰ্চত উদযাপন কৰা হয়। সাধাৰণ পৰিষদে ২০১২ চনৰ ১২ জুলাইত ২০ মাৰ্চক আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস হিচাপে ঘোষণা কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *