আজিৰে পৰা সলনি হ’ব চিম কাৰ্ড ক্ৰয় কৰাৰ নিয়ম৷ একে সময়তে ক্ৰয় কৰিব নোৱাৰিব একাধিক চিম কাৰ্ড৷ চিম কাৰ্ড ক্ৰয় কৰাৰ পূৰ্বে অনুজ্ঞাপত্ৰ প্ৰমাণিত কৰাটো বাধ্যতামূলক৷ চিম কাৰ্ড ব্যৱহাৰকাৰীসকলক সুৰক্ষিত কৰা আৰু চাইবাৰ প্ৰৱঞ্চনা হ্ৰাস কৰাৰ উদ্দেশ্যেৰে এই ব্যৱস্থা৷
