আগন্তুক ৪৫ দিনৰ ভিতৰত বহুবিবাহ বন্ধ কৰিব ৰাজ্য চৰকাৰে

ৰাজ্য চৰকাৰে বহুবিৱাহ সন্দৰ্ভত বিভিন্ন দল-সংগঠন আৰু সাধাৰণ ৰাইজৰ পৰা লাভ কৰিছে ১৪৯টা পৰামৰ্শ । ইয়াৰে ১৪৬টা পৰামৰ্শ বহুবিৱাহ বন্ধ কৰাৰ সপক্ষে। আগন্তুক ৪৫দিনৰ ভিতৰত বহুবিৱাহ বন্ধ কৰিবৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব বিধেয়কৰ চূড়ান্ত খচৰা। সামাজিক মাধ্যমত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *