অৰবিন্দ কেজৰিৱালৰ জামিন স্থগিত

58

অৰবিন্দ কেজৰিৱালৰ জামিন স্থগিত।

কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ED।

আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল কেজৰিৱাল।

দিল্লীৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী।