অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে GI টেগ

অসমীয়াৰ বাবে আহিল এক সুখবৰ।এক গৌৰৱৰ খবৰ। অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে GI (Geographical Indication Tag)টেগ। এই ভাল খবৰটো টুইটযোগে প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে।

উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ে উত্থাপন কৰিছিল গামোচাক GI টেগ প্ৰদান কৰাৰ বিষয়টো। তাৰ পিছতে ৰাজ্য চৰকাৰে বিষয়টো আগবঢ়াই নিয়ে। আৰু শেষত অসমৰ স্বাভিমান, অসমৰ চিনাকি, অসমীয়াৰ গৌৰৱ ,অসমীয়াৰ আবেগ গামোচাই লাভ কৰিলে GI টেগ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *