অসমত মিঞা মিউজিয়াম লাগে বুলি মন্তব্য লেখিকা শিখা শৰ্মাৰ

অসমত মিঞা মিউজিয়াম লাগে বুলি মন্তব্য লেখিকা শিখা শৰ্মাৰ।

মোক মিঞানী বুলি ক’লে বহুত সন্তুষ্ট হ’ম_ মন্তব্য শিখা শৰ্মাৰ।মিঞা শব্দটো সন্মানীয়,মান্যবৰ গতিকে মিঞা বুলি কাৰোবাক সম্বোধন কৰাটো ভাগ্যৰ কথা।আজি সন্ধিয়া হঠাৎ চামগুৰি সমষ্টিৰ লটানি চাপৰিত উপস্থিত শিখা শৰ্মা। ভৱিষ্যত ৰাজনৈতিক দলত যোগদান কৰাৰ সম্ভাৱনা আছে শিখা শৰ্মাৰ। প্ৰত্যেক জনগোষ্ঠীৰ নিজা নিজা এখনকৈ মিউজিয়াম থাকিব লাগে বুলি মন্তব্য শিখা শৰ্মাৰ।মিঞা সকলক কিয় ইমান গুৰুত্ব দিয়া?মিঞা সকল সন্দেহ যুক্ত বাংলাদেশী ইছুটো চল্ব হোৱা নাই এনে কাৰণত বেয়া পাই তৃণমূল কংগ্ৰেছৰ পৰা ওলাই আহিছে বুলি মন্তব্য কৰে শিখা শৰ্মাই। গৰাখহনীয়া, নিবনুৱা আদি বিভিন্ন সমস্যা সমাধানৰ মাত মাতিব লাগে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *