অনলাইন অৰ্ডাৰ কৰা সামগ্ৰী লাভ কৰি হতচকিত দম্পতী

68

অনলাইন অৰ্ডাৰ কৰা সামগ্ৰী লাভ কৰি হতচকিত দম্পতী!

Amazonত অৰ্ডাৰ কৰিছিল এক্সবক্স, সামগ্ৰীবিধৰ সৈতে গ্ৰাহকে লাভ কৰিলে এডাল বিষাক্ত কোব্ৰা।

বাংগালুৰুত সংঘটিত হৈছে এই ঘটনা।

সৌভাগ্যক্ৰমে সাপটোৱে আক্ৰমণ কৰাৰ পৰা ৰক্ষা পৰিল দুয়োগৰাকী ব্যক্তি।