ৰঙিয়াত দুখন বাছৰ সংঘৰ্ষত আহত কমেও ২০ জনকৈ যাত্ৰী

কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়াত দুখন বাছৰ মুখামুখি সংঘৰ্ষত ২০ জনকৈ লোক আহত হয়।

তথ্য অনুসৰি ৰঙিয়া মহকুমাৰ চেপ্তিৰ সমীপত এখন যাত্ৰীবাহী বাছ আৰু এখন স্কুল বাছৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।

সৌভাগ্যক্ৰমে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত স্কুল বাছখনত কোনো ছাত্ৰ-ছাত্ৰী নাছিল।

ইফালে আনখন বাছখনৰ আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *