যোৱা ৬ মাহত ২৪ গৰাকী আৰক্ষী কৰ্মীক কৰা হৈছে বৰ্খাস্ত! জনালে DGPয়ে

গুৱাহাটীঃ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) জি পি সিঙে টুইটাৰযোগে ঘোষণা কৰে যে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশনা অনুসৰি অসম আৰক্ষীয়ে ১ ফেব্ৰুৱাৰী, ২০২৩ ৰ পৰা বিভিন্ন পদবীৰ ২৪ গৰাকী আৰক্ষী কৰ্মীৰ সেৱা বাতিল কৰিছে।

ডিজিপি জিপি সিঙে টুইটাৰযোগে এই কথা প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশনা অনুসৰি অসম আৰক্ষীয়ে ১ ফেব্ৰুৱাৰী, ২০২৩ ৰ পৰা আজিলৈকে বিভিন্ন পদবীত কৰ্তব্যৰত হৈ থকা ২৪ গৰাকী আৰক্ষী কৰ্মীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *