মহানগৰীৰ শিশু নিৰ্যাতন গোচৰত সংগীতা দত্তৰ সহায়িকা উৎপলা বসুক গ্ৰেপ্তাৰ আৰক্ষীৰ

গুৱাহাটী শিশু নিৰ্যাতন গোচৰৰ অন্যতম মূল সন্দেহযুক্ত উৎপলা বসুক শুকুৰবাৰে গভীৰ নিশা গ্ৰেপ্তাৰ কৰা হয়।

শিশু নিৰ্যাতনত অভিযুক্ত চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ বাবে শিশু দুটি উৎপলা বসুই যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে।

সূত্ৰ অনুসৰি উৎপলা বসুৱে পল্টনবজাৰ থানাত নিজে আত্মসমৰ্পণ কৰে।

উৎপলা বসু অভিযুক্ত ডাঃ সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা বুলি জানিব পৰা গৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *