মহানগৰীত মালোকা আই এ এছ ৰ শাখা মুকলি

ভাৰতৰ শীৰ্ষ চিভিল ছাৰ্ভিছ প্ৰতিষ্ঠান মালোকা আই এ এছ এন ই’ৰ কোচিং চেণ্টাৰ ৰ এটা শাখা আজি মহানগৰীৰ জয়া নগৰত মুকলি কৰা হয় । উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক এক উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত আৰম্ভ কৰা হৈছে এই অনুষ্ঠান । ভাৰতবৰ্ষৰ শীৰ্ষ আই এ এছ ক’চিং প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম যিহেতু ইউ পি এছ চি আৰু অন্যান্য ৰাজ্যিক সেৱাৰ এক্স’মছৰ ক্ৰ’ক কৰাৰ বাবে সঠিক দৃষ্টিভঙ্গী প্ৰদান কৰে এই প্ৰতিষ্ঠানটোৱে।আজিৰ অনুষ্ঠানত বিশিষ্ঠ অতিথি হিচাপে উপষ্টিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ কন্দৰ্প কুমাৰ বৰ্মন , বন বিভাগৰ উচ্চ পদস্ত বিষয়া নতাৰ্জন আনন্দ আৰু মালোকা কোচিং চেণ্টাৰৰ পৰিচালন সঞ্চালক লক্ষ্মণ সিং । উল্লেখযোগ্য যে হিন্দী সাহিত্য আৰু অন্যান্য MALUKA আই এ এছ সমৰ্পিত দলটোৱে অভিলাসী সফলতাৰ বাবে নিজকে সম্পূৰ্ণৰূপে জড়িত কৰি ছাত্ৰ ছাত্ৰী সকলৰ ব্যক্তিগত দায়িত্ব হিচাপে গ্ৰহণ কৰি আহিছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *