মঞ্চত সংগীতানুষ্ঠান পৰিৱেশনৰ মাজতে গুলীবিদ্ধ ভোজপুৰী গায়িকা নিশা উপাধ্যায়

মঞ্চত সংগীতানুষ্ঠান পৰিৱেশৰ মাজতে গুলীবিদ্ধ গায়িকা নিশা উপাধ্যায়।

বিহাৰৰ পাটনাত এখন লাইভ সাংস্কৃতিক অনুষ্ঠানত গুলীবিদ্ধ হয় ভোজপুৰী গায়িকাগৰাকী।

খবৰ অনুসৰি নিশা সংঘটিত এই ঘটনাত বাওঁ উৰুত আঘাতপ্ৰাপ্ত হয় নিশা।

লগে লগে গায়িকাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয়, আৰু এতিয়া তেওঁৰ অৱস্থা সুস্থিৰ।

আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যে কেনেকৈ বন্দুকৰ গুলী চলিছিল আৰু কোন কোন গুলীচালনাত জড়িত আছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *