তেওঁৰ সন্মুখীন হোৱা শ্ৰেষ্ঠ বলাৰ কোন আছিল বুলি সোধাত ক্ৰিছ গেইলে কয় যে তেওঁৰ জন্ম হোৱা নাই।
তেওঁ লগতে কয়, “বাহিৰত বহুত ভাল বলাৰ আছে আৰু বহুত ভাল বলাৰক মই ভাঙি পেলাইছো। মই এতিয়াও অপেক্ষা কৰি আছো শ্ৰেষ্ঠ বলাৰজনে মোক বলিং কৰিবলৈ।”
গেইলে আৰু কয় যে ৰোহিত শৰ্মা হৈছে তেওঁৰ বৰ্তমান চোৱাৰ প্ৰিয় বেটছমেন।