বৃটিছে ধ্বংস কৰিছিল ভাৰতীয় শিক্ষা ব্যৱস্থাঃ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে ব্ৰিটিছে ভাৰতীয় শিক্ষা ব্যৱস্থাক ধ্বংস কৰি কেৰাণী নিৰ্মাণৰ এছেম্বলী-লাইনলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰে।

গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পূব দিল্লী চৌহদৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি কেজৰিৱালে কয়, “আমি এই ব্যৱস্থাত কোনো পৰিৱৰ্তন কৰা নাছিলো। কৰ্মসংস্থাপন প্ৰদান কৰা শিক্ষা দিবলৈ আমি কিবা এটা কৰিব লাগিব।”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *