বিপিএফৰ এদিনীয়া অধিবেশন সম্পন্ন

কোকৰাঝাৰৰ তিতাগুৰীত জিলা বিপিএফৰ এদিনীয়া অধিবেশন সম্পন্ন। অধিবেশনত উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে কয় যে যাৰ লগত থাকিলে কাম কৰিব পাৰিম , তাৰ লগত হে বিপিএফে মিত্ৰতা কৰিব ।

নাগৰিক সভাত মাটি কিনা বেচাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা , গাঁও কৰ্তন ,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত দেখা দিয়া সমস্যা সন্দৰ্ভত আলোচনা কৰা হ’ব ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *