বিহাৰত ৰাজহুৱা সভাত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাবে চিৰদিনৰ বাবে বন্ধ হৈ পৰিছে বিজেপিৰ দুৱাৰ।”
লগতে তেওঁ কয়, “গোটেই জীৱন…কংগ্ৰেছ আৰু ‘জংগল ৰাজ’ৰ বিৰুদ্ধে যুঁজ দিয়াৰ পিছত নীতিশে লালুৰ আৰজেডি আৰু ছোনিয়াৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে। তেওঁ সুবিধাবাদী হৈ পৰিছে।”
যোৱা বছৰ বিজেপিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছিল নীতিশে।