ধেমাজিত মেট্ৰিক পৰীক্ষাৰ্থীৰ আত্মহত্যাক লৈ চাঞ্চল্য…

ধেমাজিত আত্মহত্যা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা এজন পৰীক্ষাৰ্থী।

জানিব পৰা মতে, ধেমাজিৰ নগাখেকীয়া গাঁৱৰ এটা অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।

নিহত ছাত্ৰজনৰ নাম বিৰাজ দত্ত।

আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অধিক তদন্ত অব্যাহত আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *