দুৰ্ঘটনাত পতিত মাজুলীৰ বিধায়ক ভূৱন গামৰ বাহন, আহত পত্নীসহ বিধায়কগৰাকী…

মাজুলীৰ বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।

শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা৷

গুৱাহাটী অভিমুখে আহি থকা সময়তে বিধায়কৰ বাহনত প্ৰচণ্ড খুন্দা এখন বলেৰ’ বাহনৰ।

দুৰ্ঘটনাৰ সময়ত বাহনখনৰ ভিতৰত আছিল ভূৱন গামৰ লগতে তেওঁৰ পত্নী আৰু আন কেইবাজনো লোক।

যাৰ ফলত দুৰ্ঘটনাত আহত হয় বিধায়কগৰাকী আৰু তেওঁৰ পত্নীসহ আটাইকেইজন।

আহত বিধায়ক গামক পিছত ভৰ্তি কৰোৱা হয় বালিপৰা হাস্পতালত।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *