সোমবাৰে সংগীতানুষ্ঠানৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন।
নলবাৰীত সংগীতানুষ্ঠানৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকাৰ সময়ত নগাঁৱৰ চামগুৰিত দুৰ্ঘটনাত পতিত কণ্ঠশিল্পীগৰাকী।
এখন টেম্প’ৰ সৈতে চুতীয়াৰ ইন’ভা বাহনৰ সংঘৰ্ষত সামান্য পৰিমানে আহত হয় কণ্ঠশিল্পীগৰাকী।
দুৰ্ঘটনাটোত কৃষ্ণমণি চুতীয়াৰ বাহন চালকৰ লগতে টেম্প’খনৰ চালকজনো আহত হয়।