ঢকুৱাখনাত সম্পন্ন হয় ভোটদান নিৰ্বাচন

প্ৰথমবাৰৰ বাবে ঢকুৱাখনাত মুঠ ১০টা ৱাৰ্ডত অনুষ্ঠিত হোৱা নিৰ্বাচন দেওবাৰে  সুকলমে আৰু শান্তিপূৰ্ণ ভাবে সম্পন্ন হয় ।  এলেকাৰ মুঠ ১০ হাজাৰ ১০৪ গৰাকী ভোটাৰ বিশিষ্ট ১০টা ৱাৰ্ডত বিয়লি  ৪ বজা পৰ্যন্ত  ৭ হাজাৰ ৯৫২ গৰাকী ভোটাৰে ভোটাধিকাৰ  সাব্যস্ত কৰে । 

ভোটদানৰ হাৰ ৭৮.৭০ শতাংশ । ঢকুৱাখনা  পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰ মুঠ ২২ গৰাকী প্ৰাৰ্থীৰ  ভাগ্য ই ভি এমত বন্দী হৈ আছে।  অহা ৯ মাৰ্চৰ পুৱা ৮ বজাৰ পৰা মহকুমাধিপতিৰ কাৰ্যালয়ত  স্থাপিত ভোট গণনা কেন্দ্ৰত ভোটগননা কৰা হ’ব ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *