ট্ৰাক খুন্দা প্রধানমন্ত্রী সভালৈ যোৱা যাত্রীবাহীৰ

প্রধানমন্ত্রী সভালৈ যোৱা যাত্রীবাহী ট্রেভেলাৰৰ খুন্দা ট্রাকত। নগাঁৱৰ কঠিয়াতলী চাৰিআলিত দুৰ্ঘটনা। আহত কেইবাজনো লোক।

পশ্চিম কাৰ্বি আলংঙৰ পৰা আহিছিল যাত্রীবাহী ট্রেভেলাৰখন।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *