জোনমণি ৰাভাৰ দুৰ্ঘটনা কাণ্ডৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ

জোনমণি ৰাভাৰ মৃৃৃত্যুক লৈ প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য।

নাম সাঙোৰ খাইছে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ।

মাতৃয়ে দাখিল কৰা এজাহাৰতো উল্লেখ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ নাম।

এতিয়া এই ৰহস্যঘন দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে চিবিআইক।

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ অনুৰোধ মৰ্মে তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে।

বৰ্তমান এই কাণ্ডৰ তদন্ত কৰি আছিল চিআইডিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *