জাতিভিত্তিক লোকপিয়লত উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন অৱস্থানক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ বিহাৰ চৰকাৰ

বিহাৰৰ জাতিভিত্তিক লোকপিয়লত অন্তৱৰ্তীকালীন স্থগিতাদেশ দিয়া পাটনা উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই বৃহস্পতিবাৰে বিহাৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত প্ৰস্তাৱ আগবঢ়ায়।

মঙলবাৰে পাটনা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ এই আবেদন নাকচ কৰি জাতি লোকপিয়লত অন্তৱৰ্তীকালীন স্থগিতাদেশৰ আগতীয়া শুনানি বিচাৰিছে।

৩ জুলাইত হ’ব এই শুনানি।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *