চাৰিচকীয়া বাহনক প্ৰচণ্ড খুন্দা ট্ৰেইলাৰৰ, একেটা পৰিয়ালৰ ৩ জনৰ মৃত্যু

ৰাজস্থানৰ বনছোৱাৰা জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা।

চাৰিচকীয়া বাহনত প্ৰচণ্ড খুন্দা ট্ৰেইলাৰ ট্ৰাকৰ।

দুৰ্ঘটনাত নিহত ৩ জনকৈ লোক।

জানিব পৰা মতে, জিলাখনৰ হেজামাল পথত বৃহস্পতিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাত নিহত সকলক গুজৰাটৰ সুখছৰৰ নিৱাসী বুলি জানিব পৰা গৈছে।

ৰাজস্থানত আত্মীয় এক বিবাহ অনুষ্ঠানত অংশ ল’বলৈ আহিছিল পৰিয়ালটোৱে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *