ঘোচ লৈ লখিমপুৰত গ্ৰেপ্তাৰ লাট মণ্ডল…

ৰাজ্যত ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ আন এজন লাট মণ্ডল। এইবাৰ লখিমপুৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল।

লখিমপুৰৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ দুলাল চন্দ্ৰ বণিয়া নামৰ লাট মণ্ডল জনক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

জানিব পৰা মতে, মাটিৰ কাম নিষ্পত্তি কৰাৰ বাবদ অভিযোগকাৰীৰ পৰা দাবী কৰা ধন লোৱাৰ সময়তে তেওঁৰ ধলপুৰ এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *