আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটীৰ মাজত প্ৰথমখন ফ্লাইবিগ ফ্লাইট সেৱাৰ ফ্লেগ অফ কৰে, য’ত আজি ৬৪জন যাত্ৰীক লৈ আৰম্ভ হয় বিমান যাত্ৰা।
গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী-শিলচৰ-গুৱাহাটীৰ মাজত চলিব ফ্লাইবিগ বিমান সেৱা।
এটিডিচিএলে ভিজিএফ ফাণ্ডিঙৰ জৰিয়তে ফ্লাইবিগক সহায় কৰিব আৰু দুয়োটা খণ্ডতে বিমান সেৱাৰ সাপ্তাহিক পৰিচালনা দুয়োটা পক্ষই পাৰস্পৰিকভাৱে সিদ্ধান্ত ল’ব।