উন্মুক্ত ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়তে অঘটন, ৰে’লে মহতিয়াই নিলে বাহন

শিৱসাগৰ জিলাৰ শিমলুগুৰি মাউত গাঁও ৰে’লৱে ক্ৰছিঙত ভয়ংকৰ দুৰ্ঘটনা।

ৰে’লে মহতিয়াই নিলে এখন চাৰিচকীয়া বাহন।

উন্মুক্ত ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন।

উজনিমুৱা ৰাজধানী এক্সপ্ৰেছে মহতিয়াই নিয়ে বাহনখন৷

এই দুৰ্ঘটনাত কোনোমতে প্ৰাণৰক্ষা পৰে বাহনখনৰ চালকৰ আসনত থকা কমল নামা নামৰ ব্যক্তিজনৰ৷

কমল নামা বিচিপিএল লাকুৱাৰ কৰ্মচাৰী৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *