উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সেৱা সচিব আশীষ ম’ৰক অপসাৰণ দিল্লী চৰকাৰৰ

সেৱা নিয়ন্ত্ৰণৰ বিষয়ত উচ্চতম ন্যায়ালয়ে নিজৰ পক্ষত ৰায়দান কৰাৰ কেইঘণ্টামানৰ পিছতে বৃহস্পতিবাৰে দিল্লী চৰকাৰে সেৱা সচিব আশীষ ম’ৰক অপসাৰণ কৰে।

এই সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

উচ্চতম ন্যায়ালয়ে সৰ্বসন্মতিক্ৰমে ৰায় দিছে যে ৰাজহুৱা শৃংখলা, আৰক্ষী, আৰু ভূমিৰ বাহিৰেও সেৱাৰ ওপৰত দিল্লী চৰকাৰৰ বিধান আৰু কাৰ্যবাহী ক্ষমতা আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *