ইমানেই যদি সত্যবাদী, তেন্তে লাই ডিটেক্টৰ টেষ্ট দিয়কঃ অৰবিন্দ কেজৰিৱালক আক্ৰমণ বিজেপিৰ…

আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত চিবিআইয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন কৰাৰ পিছত বিজেপিয়ে তেওঁক পলিগ্ৰাফ টেষ্ট দিবলৈ কয়।

বিজেপিয়ে কয়, “সোধা প্ৰশ্নৰ উত্তৰ দিয়ক। লাই ডিটেক্টৰ টেষ্ট কৰক। আমি আশাবাদী যে সদ্য পোহৰলৈ আহিব।”

বিজেপিয়ে লগতে কয়, “কিন্তু আপুনি লাই ডিটেক্টৰ টেষ্ট নকৰে। কাৰণ আপুনি ভয় কৰে।”

উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ গোচৰত চিবিআইয়ে সোধাপোছাৰ বাবে কেজৰিৱালক চমন জাৰি কৰাৰ পিছতে বিজেপিয়ে তদন্তকাৰী সংস্থাৰ দুৰ্ব্যৱহাৰ কৰি এনে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ তুলিছিল কেজিৰৱালে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *