আমাজন.ইনৰ ৰাখী ষ্টোৰৰ সৈতে উদযাপন কৰক ৰাখী

আমাজন.ইনৰ ৰাখী ষ্ট’ৰৰ সৈতে প্ৰেম-ঘৃণা সম্পৰ্ক আৰু সহোদৰৰ বন্ধন লাইভযোগে ২০-৩০ আগষ্টৰ পৰা উদযাপন কৰক। গ্ৰাহকসকলে জনপ্ৰিয় ব্ৰেণ্ড যেনে টেকনো, হাৰ্ছে, লিণ্ড্ট, ফেবেল, ফেৰেৰো, কেডবেৰি, বোট, ফুজিফিল্ম ইনষ্টাক্সৰ দৰে কেটেগৰীবোৰত এক অতিৰিক্ত বাছনিত আকৰ্ষণীয় অফাৰ আৰু লেনদেন উপভোগ কৰিব পাৰে।

আমাজন.ইনত থকা ‘ৰাখী ষ্ট’ৰে’ ব্যক্তিগত প্ৰয়োজনীয়তা অনুসৰি লাখ লাখ সামগ্ৰী আগবঢ়াই উৎসৱমুখৰ বজাৰ অভিজ্ঞতাক সৰল কৰি তোলে। গ্ৰাহকে ব্যক্তিগতকৃত হেম্পাৰ, পৰম্পৰাগত আৰু ডিজাইনাৰ ৰাখী, উপহাৰ কাৰ্ড, গেলামাল, হেণ্ডবেগ, সুগন্ধি, ঘড়ী, পোছাক, বাদ্যযন্ত্ৰ, কেমেৰা, স্মাৰ্টফোন, গ্ৰুমিং সামগ্ৰী, জোতা, পুতলা-খেলনা, ব’ৰ্ড গেম আৰু চকলেটসহ বিভিন্ন উপহাৰ বিকল্পৰ পৰা বাছনি কৰিব পাৰে। ৰাখী উপহাৰৰ ধাৰণাত এলেক্সাই সহায় কৰিব পাৰে। ৰাখিকম্বো ছেট যেনে- ৰোলি চাৱালৰ সৈতে হস্তনিৰ্মিত পৰম্পৰাগত কুণ্ডনৰাখী, ৰোলি চাৱালৰ সৈতে ৰিদ্ধিকা ভেঞ্চাৰ্ছ ষ্টাইলিছ কুণ্ডন আৰু এডি ৰিং ৰাখী (ছেট অৱ ২) (ব্ৰেচলেট) ৰোলি চাৱালৰ আৰু গ্ৰীটিং কাৰ্ডৰ সৈতে আৰু ৰোলি চাৱালৰ সৈতে জিভা ৯২৫ ষ্টাৰ্লিং ছিলভাৰ ইনফিনিটি ৰাখী, কটন থ্ৰেড ইত্যাদি ভাই-ভনীৰ মৰমৰ বন্ধনৰ বাবে হ’ব পাৰে জনপ্ৰিয় বিকল্প।

গেজেট ভাল পোৱা সকলৰ বাবে ইকো ডট (চতুৰ্থ জেন, ২০২০ত মুকলি)|এলেক্সা(ব্লু)ৰ সৈতে স্মাৰ্ট স্পীকাৰ হ’ব পাৰে এক উৎকৃষ্ট উপহাৰ। অল-নিউ কিণ্ডলে (২০২২ত মুকলি) হৈছে ৩০০ পিপিআই হাই-ৰিজল্যুচন ডিচপ্লে আৰু ১৬ জিবি ষ্টোৰেজৰ সৈতে আটাইতকৈ পাতল আৰু আটাইতকৈ কম্পেক্ট কিণ্ডলে। ব’টএয়াৰডোপছ ১৪১ ব্লুটুথ ট্ৰুলী ৱায়াৰলেচ ইন ইয়েৰ হেডফোনসমূহো এক অন্যতম উত্তম বিকল্প।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *