দিখৌ নৈৰ কালৰূপ ধাৰণ

81

দিখৌৰ পানীয়ে ভাবুকি আনিছে শিৱসাগৰ জিলা নৈ পৰিয়া লোকলৈ | দিখৌ নৈৰ কালৰূপ ধাৰণ | বাতৰিৰ সম্প্ৰচাৰৰ পাছতেই মন্ত্ৰীৰ আগমন, শিৱসাগৰত হুৰাহুৰে সোমাইছে দিচাং আৰু দিখৌ নৈৰ বাঢ়নি পানী | শিৱসাগৰত বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী বিমল বড়াৰ |

মহকুমাটোৰ বানপীড়িত এলেকা কমল চাপৰি আৰু তেতেলিগুৰি অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ১০০০ হেল’জেন টেবলেট আৰু ১০০ ৰাসায়নিক পেকেট বিতৰণ কাৰ্যসূচী | লগতে নাজিৰা মহকুমা প্ৰশাসনে কমলচাপৰিত বান সাহাৰ্য বিতৰণ কৰে