শ্বপচিয়ে মুকলি কৰিলে বিভিন্ন ধৰণৰ বাজেট মোবাইল ফোন

155

শ্বপচিয়ে দ্ৰুতগতিত বৃদ্ধি পোৱা ই-কমাৰ্চ প্লেটফৰ্মৰ বিকশিত প্ৰয়োজনীয়তা আৰু পছন্দসমূহ পূৰণ কৰিবলৈ বাজেট মোবাইল ফোনৰ বিস্তৃত পৰিসৰ মুকলি কৰিছে। শ্বপছিয়ে মটৰ’লা, ভিভো, অপ’, ৰিয়েলমি, চেমচাং, এমআই আৰু আন কেইবাটাও আগশাৰীৰ ব্ৰেণ্ডকে ধৰি বহুতো শীৰ্ষ ব্ৰেণ্ডৰ মোবাইল ফোন গ্ৰাহকৰ বাবে আগবঢ়াইছে, এই সকলোবোৰৰ প্ৰাৰম্ভিক মূল্য ৫,০০০/- টকাৰ পৰা সৰ্বাধিক ১৫,০০০/- টকাৰ ভিতৰত।

 শ্বপচিত মোবাইল ফোন কেটেগৰীৰ চাহিদা চলিত বৰ্ষৰ আৰম্ভণিত মুকলি হোৱাৰ পৰাই ৫গুণ বৃদ্ধি পাইছে। প্ৰতিমাহে নতুন মোবাইল ফোন মুকলিয়ে ব্যৱহাৰকাৰীৰ মাজত উত্সাহ-আগ্ৰহ সৃষ্টি কৰে, যাৰ ফলত মুকলিৰ দিনটোতে ৩গুণ উত্থান দেখা গৈছিল। আহমেদাবাদ, নতুন দিল্লী, হিছাৰ, কলকাতা আৰু জিন্দৰ দৰে চহৰসমূহত মোবাইল কেটেগৰীত শক্তিশালী এনগেজমেণ্ট দেখুৱাইছে। শ্বপছিৰ জ্যেষ্ঠ সঞ্চালক কপিল থিৰানীয়ে এই বিষয়ে কয় যে, “গ্ৰাহকসকলৰ এই সঁহাৰিত আমি আপ্লুত, কিয়মো আমি এই সেৱা আৰম্ভ কৰিছোহে। আমি এই আকৰ্ষণীয় নতুন ছেগমেণ্টক আহি থকা দিনবোৰত ন ৰূপত সজাই তোলা অধিক অবিশ্বাস্য লেনদেনত ডুব যাবলৈ সাজু হওক!”

শ্বপচিয়ে সামগ্ৰী ক্ৰয়ৰ বাবে উৎসাহিত কৰিবলৈ বিনামূলীয়া ইএমআই বিকল্প আৰু বেংক অফাৰৰ দৰে আকৰ্ষণীয় লেনদেন আগবঢ়ায়। বিশেষকৈ টায়াৰ ২ আৰু টায়াৰ ৩ চহৰত মনোৰঞ্জন আৰু গেমিঙৰ বাবে স্মাৰ্টফোন হৈছে গ-টু ডিভাইচ। শ্বপছিয়ে আপোনাৰ বাজেট অনুসৰি কিনিব পৰাকৈ সজাই তোলা মোবাইলৰ সংগ্ৰহে ব্যৱহাৰকাৰীসকলক বেংককৈ নোযোৱাকৈয়ে এক নিমজ্জিত মাল্টিমিডিয়া অভিজ্ঞতা উপভোগ কৰাটো নিশ্চিত কৰে।