‘কা’-বিৰোধী আন্দোলন পিছুৱালে সদৌ অসম ছাত্র সন্থাই

জাতীয় বীৰ লাচিত বৰফুকনৰ সর্বোচ্চ প্রতিমূর্তি উন্মোচন উপলক্ষে সদৌ টাই আহোম ছাত্র সন্থা আৰু টাই আহোম যুৱ পৰিষদে কৰা অনুৰোধৰ প্রতি সম্মান জনাই অহা ৯ মার্চ তাৰিখে সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা ‘কা’-বিৰোধী প্রতিবাদী কার্যসূচীটো ১০ মার্চ তাৰিখে ৰূপায়ণ কৰা হ’ব।

১০ মার্চ তাৰিখে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ প্রতিখন জিলা সদৰত ১২ ঘন্টীয়া অনশন কার্যসূচী ৰূপায়ণ কৰা হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *