চামৰালি বজাৰত আৰক্ষীৰ বৃহৎ অভিযান

53

হোজাইৰ মোৰাঝাৰৰ চামৰালি বজাৰত আৰক্ষীয়ে এক গোপন সুত্ৰ পম খেদি চলোৱা এই অভিযানত জব্দ দুটাকৈ বন্ধুক৷ হোজাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু মোৰাঝাৰ ,চৌধুৰীবজাৰ আৰক্ষীৰ যৌথ অভিযানত
জব্দ কৰে দুটাকৈ বন্ধুক ৷

উদ্ধাৰ হোৱা এটা ৫.৫৬ এম এম পিষ্টল৷
পিষ্টলটো আব্দুল মুতলিব নামৰ লোকজনৰ পৰা উদ্ধাৰ হয়৷ চামৰালি বজাৰত থকা আব্দুল মুতলিবৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে অন্য এটা য়াৰগান৷ লগতে আব্দুল মুতলিবক গেপ্তাৰ কৰা হৈছে৷

আব্দুল মুতলিবৰ ঘৰ চামৰালিত যদিও লোকজন ডিমাপুৰত থাকে বুলি জনা গৈছে৷ লোকজনে ডিমাপুৰৰ পৰা অবৈধ বন্ধুক আনি ব্যৱসায়ী কৰে বুলি ৰাইজে সন্দেহ কৰিছে৷