কিং খানে বৰ্ধিত ষ্টেইন মেগনেটৰ সৈতে মুকলি কৰিলে নতুন আৰু উন্নীত টাইড

বিশ্বৰ আগশাৰীৰ ডিটাৰজেণ্ট ব্ৰেণ্ড টাইডে® টাইড পডছৰ সৈতে অংশীদাৰিত্ব কৰি উন্নতমানৰ লণ্ড্ৰী চল্যুচন(কাপোৰ ধোৱা সমিধান) আগবঢ়াইছে। এই অংশীদাৰিত্বই বিগত দশকত টাইডৰ উদ্ভাৱনৰ ওপৰত আধাৰিত কৰি বিশেষভাৱে প্ৰস্তুত কৰা হৈছে, য’ত নতুন ৱাছ কেয়াৰ প্ৰডাক্ট মুকলি কৰা হৈছে। টাইড উন্নীতকৃত লণ্ড্ৰী চল্যুচন আগবঢ়াই গ্ৰাহকক আনন্দিত কৰাৰ বাবে উৎসৰ্গিত। ইয়াত পৰিৱৰ্তনশীল গ্ৰাহকৰ অভ্যাসবোৰক বিশেষভাৱে ধ্যান দিয়া হৈছে, যাৰ ভিতৰত আছে ৱাৰ্ডৰব সলনি, খাদ্য গ্ৰহণ, কাপোৰত দাগ লগা আৰু মানুহৰ লাইফষ্টাইল ইত্যাদি।

বুষ্টেড মেগনেট(বৰ্ধিত চুম্বক)ৰ সৈতে সজ্জিত নতুন আৰু উন্নত টাইডে চাহ, কফি, তেল আৰু গ্ৰেভি(জোল)ৰ দৰে গভীৰভাৱে লাগি ধৰা দাগসমূহ সহজে ফলপ্ৰসূভাৱে নোহোৱা কৰিব পাৰে, যাৰ ফলত অসাধাৰণ পৰিষ্কাৰ আৰু দীৰ্ঘস্থায়ী সতেজতা নিশ্চিত হয়। ইয়াৰ এডভান্সড ফৰ্মুলা হাত ধোৱা আৰু মেচিন দুয়োটা অৱস্থাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। আইকনিক ব্ৰেণ্ড টাইডে অনুৰাগী আৰু গ্ৰাহকক আনন্দিত কৰিবলৈ ভাৰতীয় ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে অংশীদাৰিত্ব কৰিছে। নতুন আৰু উন্নীত টাইড অভিযানে কিং খানৰ নিখুঁততা আৰু উৎকৃষ্টতাৰ অনুসৰণক মূৰ্ত কৰি তুলিছে, যিয়ে উৎকৃষ্টতা আৰু নিখুঁততাৰ প্ৰতি ব্ৰেণ্ডৰ দায়বদ্ধতাক প্ৰদৰ্শন কৰিছে।

শ্বাহৰুখ খানে টাইড ইণ্ডিয়াৰ সৈতে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে অংশীদাৰিত্ব কৰি এই প্ৰডাক্টটোক ‘অচলি/ৰিয়েল এছআৰকে – ষ্টেইন ৰিমভেল কিং’ হিচাপে প্ৰচাৰ কৰিছে। শ্বাহৰুখ খানে অংশীদাৰিত্বৰ নিখুঁততা আৰু উৎকৃষ্টতাৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ বিষয়ে বিশেষ গুৰুত্ব আৰোপ কৰি টাইডক ‘অচলি/ৰিয়েল এছআৰকে’ হিচাপে পৰামৰ্শ দিয়ে। এই বিষয়ে কিং খানে কয় যে, “টাইডৰ নতুন আৰু উন্নত প্ৰদৰ্শন আৰু কাপোৰত দাগ আঁতৰ কৰাৰ সামৰ্থ্যই গ্ৰাহকক নিজৰ কাপোৰ ধোৱাৰ প্ৰয়োজনীয়তা(লণ্ড্ৰী নিডছ)ত আনন্দিত কৰি তুলিব”।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *