দেশৰ অন্যতম বিশ্বস্ত আৰু সৰ্ববৃহৎ গহণা ব্ৰেণ্ড কল্যাণ জুৱেলাৰ্ছে গুৱাহাটীত সম্পূৰ্ণ নতুন শ্ব’ৰুম মুকলি কৰাৰ কথা ঘোষণা কৰিছে। নতুন আৰু বিলাসী শ্ব’ৰুমটোত বিভিন্ন শেহতীয়া সংগ্ৰহৰ আকৰ্ষণীয় ডিজাইনৰ বিস্তৃত পৰিসৰ আছে, যিসমূহ গহণা বিশ্ব-মানদণ্ডৰ যিকোনো পৰিৱেশৰ সৈতে পৰিধান কৰিব পাৰে আৰু লগতে শ্ব’ৰুমটোৰ অত্যাধুনিক সুবিধাসমূহে অতুলনীয় অভিজ্ঞতা প্ৰদান কৰে। এই শ্ব “ৰুম মুকলিৰ লগে লগে গহণা ব্ৰেণ্ডটোৱে গুৱাহাটীত ব্যৱসায়িক সেৱা সম্প্ৰসাৰিত কৰিলে।
নতুন শ্ব “ৰুমটোৰ বিষয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি কল্যাণ জুৱেলৰ্ছৰ কাৰ্যবাহী সঞ্চালক ৰমেশ কল্যাণৰমনে কয় যে,” এটা প্ৰতিষ্ঠান হিচাপে আমি বৃহৎ মাইলৰ খুঁটি অতিক্ৰম কৰিছোঁ আৰু গ্ৰাহকৰ বজাৰৰ অভিজ্ঞতা বৃদ্ধি কৰিবলৈ এক সামগ্ৰিক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছোঁ। “
এই শ্ব’ৰুমটো শুভাৰম্ভণি উদযাপনৰ বাবে কল্যাণ জুৱেলাৰ্ছে ঘোষণা কৰিছে একাধিক আকৰ্ষণীয় অফাৰ, যাৰ ফলত আগ্ৰহী ব্যক্তিসকলে গহণা ক্ৰয়ৰ ক্ষেত্ৰত যথেষ্ট ধন ৰাহি কৰাৰ সুযোগ লাভ কৰিব। দীপাৱলী বোনাঞ্জা অফাৰৰ অংশ হিচাপে গ্ৰাহকসকলে সাধাৰণ সোণৰ গহণাৰ মাচুলত ৫০% পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰিব। প্ৰিমিয়াম প্ৰডাক্টৰ ক্ষেত্ৰত সম্পূৰ্ণ ৩০% ৰেহাই প্ৰযোজ্য হ’ব। আনহাতে গহণা ব্ৰেণ্ডটোৱে মন্দিৰ আৰু প্ৰাচীন গহণা ক্ৰয় কৰিলে সম্পূৰ্ণ ৪০% ৰেহাই আগবঢ়াইছে।