আইটিচি বিংগো! মুকলি কৰিছে ৩টা আকৰ্ষণীয় কোৰিয়ান ফ্লেভাৰ

আইটিচি বিংগো! মুকলি কৰিলে বিংগো! ৩টা চিজলিং ফৰ্মেটত দুগুণ হট আৰু স্পাইচী কোৰিয়ান-ষ্টাইলৰ চিপছ: বিংগো! অৰিজিনেল ষ্টাইল, বিংগো! হেশ্বটেগ আৰু বিংগো! আলুৰ চিপচ! কোৰিয়ান সোৱাদযুক্ত স্নেকছ(জলপান) আগবঢ়োৱা প্ৰথমটো ভাৰতীয় ব্ৰেণ্ড বিংগো! ভাৰতীয় গ্ৰাহকৰ মাজত কোৰিয়ান সংস্কৃতিৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা সকলোৱে আজিৰ তাৰিখত অনুভৱ কৰিছে।

এই নতুন ভেৰিয়েণ্ট মুকলি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কে-ৱেভত ধৰি ৰাখিবলৈ বিংগো! টনিক ৱৰ্ল্ডৱাইডে প্ৰস্তুত কৰা মিউজিক ভিডিঅ’টোৰ সৈতে দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় গায়ক অওৰাৰ সহযোগত মুকলি কৰিছে নতুন গীত “মেউন মেউন”, যাৰ অৰ্থ হৈছে কোৰিয়ান ভাষাত “স্পাইচি, স্পাইচি।” এই ব্ৰেণ্ডটোৰ বিনোদনধৰ্মী, আকৰ্ষণীয় গীতটোৱে ব্ৰেণ্ডটোৰ ভাইবৰ সৈতে সহযোগিতা কৰি কোৰিয়ান পপ সংস্কৃতিৰ জনপ্ৰিয়তাক ফলপ্ৰসূভাৱে লাভৱান্বিত কৰি বিংগো মুকলিৰ এক নতুন পৰিৱেশ সৃষ্টি কৰিব! দুগুণ হট আৰু স্পাইচি কোৰিয়ান-শৈলীৰ চিপছ। এই বিষয়ে আইটিচি ফুডছৰস্নেকছ, নুডলছ এণ্ড পাস্তাৰ ভিপি এণ্ড হেড অৱ মাৰ্কেটিং সুৰেশ চান্দে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, “ভাৰতৰ মছলাপ্ৰেমী গ্ৰাহকৰ সোৱাদৰ সৈতে খাপ খোৱা কোৰিয়ান-অনুপ্ৰাণিত সোৱাদৰ সৈতে সংগতি ৰখা এক প্ৰডাক্ট মুকলি কৰি নতুন ৰেঞ্জে গ্ৰাহকসকলক আনন্দিত কৰিব।”

বিংগো! নিজৰ দৰ্শকসকলক জড়িত কৰিবলৈ আৰু প্ৰাক-মুকলিৰ উত্তেজনা সৃষ্টিৰ বাবে ৩৬০ ডিগ্ৰী মিডিয়া প্ৰচাৰৰ পৰিকল্পনা কৰি আছে। এই ব্ৰেণ্ডটোৱে এটা গানক আকৰ্ষণীয় সমল হিচাপে স্থান দিবলৈ ছ’চিয়েল মিডিয়া, কে-পপ আৰু জেন জেড মিউজিক আৰু মিউজিক চেনেল ব্যৱহাৰ কৰিব। প্ৰচাৰমূলক ক্ষেত্ৰবোৰ কৌশলগতভাৱে চলচ্চিত্ৰ, সংগীত আৰু মনোৰঞ্জন চেনেলবোৰৰ জৰিয়তে গ্ৰাহকৰ কাষলৈ লৈ যোৱা হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *