BCCIৰ মহিলা ক্ৰিকেটাৰৰ নতুন চুক্তিৰ তালিকা প্ৰকাশ…

বিচিচিআইয়ে প্ৰকাশ কৰিলে মহিলা ক্ৰিকেটাৰৰ নতুন চুক্তিৰ তালিকা।

মুঠ ১৭ গৰাকী খেলুৱৈক এই তালিকাত স্থান দিয়া হৈছে।

এ গ্ৰেডত অধিনায়ক হৰমনপ্ৰীতৰ বাহিৰে কেৱল স্মৃতি মান্ধনা আৰু দীপ্তি শৰ্মাৰ নাম আছে।

এ গ্ৰেড খেলুৱৈক বছৰি ৫০ লাখ, বি গ্ৰেড খেলুৱৈক বছৰি ৩০ লাখ আৰু চি গ্ৰেডৰ খেলুৱৈক বছৰি ১০ লাখ টকা দিয়া হয়।

গ্ৰেড বি- ৰেনুকা ঠাকুৰ, শ্বেফালি বাৰ্মা, ৰিচা ঘোষ, ৰাজশ্বেৰী গাইকৱাদ, জেমিমা ৰড্ৰিগেজ

গ্ৰেড চি- মেগনা সিং, দেৱীকা বৈদ্য, অঞ্জলি সৰ্বানী, পূজা বস্ত্ৰকাৰ, সভিনেনী মেঘনা, স্নেহ ৰাণা, ৰাধা যাদৱ, হৰলিন দেউল আৰু য়েসিকা ভাটিয়া।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *