04
Feb
প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্যবাসীক। বিগত ২–৩ দিন ধৰি ৰাজ্যত কিনকিনিয়া বৰষুণ। গুৱাহাটীত শুকুৰবাৰে ন্যূনতম তাপমাত্ৰা নামিল ১২ ডিগ্ৰী ছেলচিয়াছলৈ, সৰ্বোচ্চ তাপমাত্ৰা ১৮ ডিগ্ৰী ছেলচিয়াছ। অসমৰ কিমান ডিগ্ৰীলৈ নামিল পাৰাস্তম্ভ : তেজপুৰত উষ্ণতা- ন্যূনতম ১২ ডিগ্ৰী ছেলছিয়াছ যোৰহাটত উষ্ণতা- ন্যূনতম ১২ ডিগ্ৰী ছেলছিয়াছ শিলচৰত উষ্ণতা- ন্যূনতম ১৬ ডিগ্ৰী ছেলছিয়াছ ধুবুৰীত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ নগাঁৱত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ নলবাৰীত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ কোকৰাঝাৰত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ শিৱসাগৰত উষ্ণতা- ন্যূনতম ১২ ডিগ্ৰী ছেলছিয়াছ গুৱাহাটীত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ
