Business Bureau

2987 Posts
টিচিএছ গ্ৰাম্য আইটি কুইজ কাৰ্যসূচীৰ ২৪ সংখ্যক সংস্কৰণৰ বাবে পঞ্জীয়ন মুকলি কৰা হৈছে

টিচিএছ গ্ৰাম্য আইটি কুইজ কাৰ্যসূচীৰ ২৪ সংখ্যক সংস্কৰণৰ বাবে পঞ্জীয়ন মুকলি কৰা হৈছে

টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ) (বিএছই: 532540, এনএছই: টিচিএছ) আৰু কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিকছ, তথ্যপ্ৰযুক্তি, বিটি আৰু বিজ্ঞান তথা প্ৰযুক্তি বিভাগে টিচিএছ গ্ৰাম্য আইটি কুইজ কাৰ্যসূচীৰ ২৪সংখ্যক সংস্কৰণৰ বাবে পঞ্জীয়ন মুকলিৰ ঘোষণা কৰিছে। এই অনুষ্ঠানটো বেংগালুৰু টেক সন্মিলন ২০২৩ৰ অংশ। অনলাইন টেষ্ট আৰু ভাৰ্চুৱেল তথা ফিজিকেল অনুষ্ঠানৰ সংমিশ্ৰণ এই অনুষ্ঠান। এই কুইজ ক্ষুদ্ৰ ভাৰতীয় চহৰ আৰু বিভিন্ন জিলাৰ অষ্টম-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি আছে, কিন্তু মহানগৰ বা নগৰপালিকাৰ ভিতৰৰ বিদ্যালয়ৰ বাবে নহয় এই অনুষ্ঠান। অনলাইন টেষ্ট আৰু ভাৰ্চুৱেল আৰু ফিজিকেল অনুষ্ঠানৰ সংমিশ্ৰণত এই কুইজ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাৰতীয় চহৰ আৰু জিলাসমূহত অধ্যয়নৰত অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে মুকলি ৰখা হৈছে। ই বেংক,…
Read More
গটিয়ে উন্নত সেৱা প্ৰদান ক্ষমতাৰ সৈতে উৎসৱৰ বতৰৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ প্ৰস্তুত হৈছে

গটিয়ে উন্নত সেৱা প্ৰদান ক্ষমতাৰ সৈতে উৎসৱৰ বতৰৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ প্ৰস্তুত হৈছে

ভাৰতৰ আগশাৰীৰ এক্সপ্ৰেছ বিতৰণ আৰু যোগান শৃংখলা ব্যৱস্থাপনা প্ৰদানকাৰী গটি এক্সপ্ৰেছ এণ্ড ছাপ্লাই চেইন প্ৰাইভেট লিমিটেডে (জিইএছচিপিএল) বাণিজ্য, বগা সামগ্ৰী, উপভোক্তা বহনক্ষম সামগ্ৰী আৰু এফএমচিজি শাখাত উৎসৱৰ বতৰত বৰ্ধিত চাহিদা পূৰণৰ বাবে ৱেৰহাউচিং আৰু ডেলিভাৰী ক্ষমতা বৃদ্ধি কৰিছে। ক্ষমতা আৰু দক্ষতা বৃদ্ধিৰ ব্যৱস্থা অব্যাহত ৰখাৰ বাবে বছৰৰ যিকোনো সময়তে ২০% অধিক কাৰ্গো লোড চম্ভালিব পৰাকৈ জিইএছচিপিএল সজ্জিত। মুম্বাইৰ উপকণ্ঠৰ ভিৱান্দিত ১.৪৮ লাখ বৰ্গফুটৰ অত্যাধুনিক ছাৰ্ফেচ ট্ৰেন্সশ্বিপমেণ্ট চেণ্টাৰ এণ্ড ডিষ্ট্ৰিবিউচন ৱেৰহাউছ (এছটিচিডিডব্লিউ), ফাৰুখ নগৰ, ইন্দোৰ, নাগপুৰ, গুৱাহাটী আৰু বেংগালুৰুত ১.৫ লাখ বৰ্গফুট এছটিচি (আগন্তুক)ৰ সৈতে জিইএছচিপিএল দেশৰ দৈৰ্ঘ্য আৰু প্ৰস্থ সামৰি লোৱা কৌশলগত স্থানৰ বাবে অধিক প্ৰসাৰ কৰি সেৱা আগবঢ়াই আহিছে।…
Read More
টাটা মটৰ্ছে ভাৰতৰ ইভি বিপ্লৱৰ অগ্ৰগামী নেক্সন.ইভি মুকলি কৰিছে

টাটা মটৰ্ছে ভাৰতৰ ইভি বিপ্লৱৰ অগ্ৰগামী নেক্সন.ইভি মুকলি কৰিছে

টাটা মটৰ্ছৰ সহযোগী প্ৰতিষ্ঠান তথা ভাৰতৰ ইভি বিপ্লৱৰ পথ প্ৰদৰ্শক টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটিয়ে অল-নিউ নেক্সন.ইভি মুকলি কৰিলে। ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা বৈদ্যুতিক বাহন নেক্সন.ইভি হৈছে ভাৰতীয় অটো উদ্যোগত ইয়াৰ সাহসী ডিজিটেল ডিজাইন ভাষা, ভৱিষ্যতৰ ড্ৰাইভ অভিজ্ঞতা আৰু স্বজ্ঞাত বৈশিষ্ট্যৰ সৈতে এক গেম চেঞ্জাৰ। টাটা.ইভিৰ বহনক্ষমতা, সম্প্ৰদায় আৰু প্ৰযুক্তিৰ মূল্যবোধৰ ওপৰত ভিত্তি কৰি নিৰ্মিত, ই তিনিটা ব্যক্তিত্বত উপলব্ধ: শক্তিশালী, নিৰ্ভীক আৰু সৃষ্টিশীল, যি নিজৰ দৰ্শকৰ ব্যক্তিত্ব আৰু জীৱনশৈলীক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পৰিচয়মূলক আৰম্ভণি মূল্য ১৪.৭৪ লাখ টকা, যি সমগ্ৰ ভাৰতৰ কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰশ্বিপত উপলব্ধ। নেক্সন.ইভি হৈছে এক চিকচিকিয়া ডিজাইন, স্মাৰ্ট ডিজিটেল লাইট আৰু চিনেমাৰ দৰে ভিজুৱেলৰ সুবিধাবিশিষ্ট এখন বৈদ্যুতিক গাড়ী। বাহনখনত…
Read More
টাটা মটৰ্ছে ভাৰতৰ বেষ্টছেলিং SUV সম্পূৰ্ণ নতুন Nexon মুকলি কৰাৰ কথা ঘোষণা কৰে

টাটা মটৰ্ছে ভাৰতৰ বেষ্টছেলিং SUV সম্পূৰ্ণ নতুন Nexon মুকলি কৰাৰ কথা ঘোষণা কৰে

ভাৰতৰ অগ্ৰণী অটোমোবাইল নিৰ্মাতা টাটা মটৰ্ছে আজি ভাৰতৰ বেষ্টছেলিং SUV সম্পূৰ্ণ নতুন Nexon মুকলি কৰাৰ কথা ঘোষণা কৰে। বহুমুখীতা, আকাংক্ষা আৰু উদ্ভাৱনৰ এক অৱতাৰ, নতুন জেনেৰ নেক্সনে বাহনৰ সকলো বৈশিষ্টৰ ক্ষেত্ৰত ব্যাপক উন্নীতকৰণ আগবঢ়ায় আৰু কমপেক্ট SUV বজাৰত এক গুৰুত্বপূৰ্ণ প্ৰগতিশীল উত্থান চিহ্নিত কৰে। এক ক্ৰিয়া আৰু আৱেগ হিচাপে বৰ্ণনা কৰা নেক্সনে প্ৰকৃত প্ৰেৰণা পায় চিন্তা কৰা, প্ৰত্যাহ্বানৰ সন্মুখত থকা আৰু অতিৰিক্ত খোজ ল'বলৈ ইচ্ছুক লোকসকলৰ পৰা। নতুন নেক্সনখনে ডিজিটেল অনুপ্ৰেৰণা প্ৰাপ্ত ডিজাইন, ছেগমেণ্ট-প্ৰধান সুৰক্ষা, সমসাময়িক প্ৰযুক্তি আৰু শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ সৈতে দেশজুৰি বহু-প্ৰজন্মৰ আকৰ্ষণ লাভ কৰিছে। চাৰিটা ক্ৰাফ্ট সম্পূৰ্ণ কেৰেটেড প্ৰকাৰত উপলব্ধ - নিৰ্ভিক, সৃষ্টিশীল, বিশুদ্ধ আৰু স্মাৰ্ট আৰু…
Read More
গণগত দক্ষতা বিকাশৰ সুযোগ প্ৰদানৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানে আৰম্ভ কৰিলে এছআইডি

গণগত দক্ষতা বিকাশৰ সুযোগ প্ৰদানৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানে আৰম্ভ কৰিলে এছআইডি

কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰতৰ দক্ষতা, শিক্ষা, নিযুক্তি আৰু উদ্যমিতাৰ দৃশ্যপট সলনি কৰাৰ লক্ষ্যৰে এক ডিজিটেল প্লেটফৰ্ম স্কিল ইণ্ডিয়া ডিজিটেল (এছআইডি) মুকলি কৰিছে। এছ আই ডিয়ে উদ্যোগ-প্ৰাসংগিক দক্ষতা পাঠ্যক্ৰম, চাকৰিৰ সুযোগ আৰু উদ্যোগী বৃদ্ধিৰ বাবে সহায় আগবঢ়ায়, যাৰ লক্ষ্য হৈছে লাখ লাখ ভাৰতীয়ৰ বাবে গুণগত দক্ষতা বিকাশ আৰু উন্নত সুযোগ প্ৰদান কৰা। এই মঞ্চখনত উপস্থিত থাকি দক্ষতা বিকাশ আৰু উদ্যোগ আৰু ইলেক্ট্ৰনিক্স, তথ্য প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। এছআইডি হৈছে দক্ষতা, শিক্ষা, নিযুক্তি আৰু উদ্যিমতা ক্ষেত্ৰৰ বাবে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)। ইয়াৰ লক্ষ্য হৈছে ডিজিটেল প্ৰযুক্তি আৰু…
Read More
নতুন মেগনাইট কুৰো স্পেচিয়েল এডিছন মুকলি কৰিবলৈ সাজু হৈছে এনএমআইপিএল

নতুন মেগনাইট কুৰো স্পেচিয়েল এডিছন মুকলি কৰিবলৈ সাজু হৈছে এনএমআইপিএল

নিছান হৈছে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ অফিচিয়েল পাৰ্টনাৰ। একেৰাহে অষ্টম বছৰ ধৰি অব্যাহত আছে এই অংশীদাৰ আৰু এই স্থায়ী অংশীদাৰিত্বৰ স্মৃতিত মেগনাইটে কুৰো বিশেষ সংস্কৰণ মুকলি কৰিছে, যি গ্ৰাহকসকলক আইচিচি বিশ্বকাপৰ সৈতে থকা সম্পৰ্ক উদযাপন কৰাৰ বাবে এক প্ৰিমিয়াম বিকল্প প্ৰদান কৰিছে। নিছান মটৰ ইণ্ডিয়া(এনএমআইপিএল)ই  মাগনাইটে কুৰো স্পেচিয়েল সংস্কৰণৰ বাবে প্ৰি-বুকিং আৰম্ভ কৰিছে, যি হৈছে জাপানী ভাষাৰ 'ব্লেক' শব্দৰ পৰা উদ্ভৱ হোৱা এক অনন্য এছইউভি। আড়ম্বৰপূৰ্ণ শৈলী আৰু জাপানীজ নান্দনিকতাৰ বৈশিষ্ট্যৰে পূৰ্ণ কুৰো থিম হৈছে প্ৰিমিয়াম মানদণ্ড আৰু প্ৰতিষ্ঠিত নিৰ্ভৰযোগ্যতাৰ প্ৰতিফলন। ২০২৩ চনৰ অক্টোবৰ মাহতে মুকলি হ'ব নিছান মেগনাইট কুৰো বিশেষ সংস্কৰণ। ইয়াৰ সকলো আপাৰ গ্ৰেডতে ১১,০০০ টকাত বুকিং…
Read More
ভিআইয়ে আৰম্ভ কৰিছে নতুন পোষ্টপেইড সেৱা ‘ভি আই প্ৰায়’ৰিটি

ভিআইয়ে আৰম্ভ কৰিছে নতুন পোষ্টপেইড সেৱা ‘ভি আই প্ৰায়’ৰিটি

আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে নিজৰ উচ্চ মূল্যৰ - পোষ্টপেইড ব্যৱহাৰকাৰীসকলৰ বাবে এক স্বকীয় গ্ৰাহক সেৱাৰ অভিজ্ঞতা গঢ়ি তুলিবলৈ এটা নতুন সেৱা 'ভিআই প্ৰায়’ৰিটি' আৰম্ভ কৰিছে। নিৰ্বাচিত চাৰ্কোলত পৰিচালিত পাইলটৰ পৰা সংগ্ৰহ কৰা শিক্ষণ আৰু অন্তৰ্দৃষ্টিৰ ভিত্তিত এই নতুন সেৱা আৰম্ভ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। ভিআই প্ৰায়’ৰিটি হৈছে এনে এক সেৱা যিয়ে গ্ৰাহকৰ অভিজ্ঞতা আৰু প্ৰদৰ্শনৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে, মূল্য বৃদ্ধি আৰু সন্তুষ্টি বৃদ্ধি কৰাৰ বাবে পৃথক সুবিধা প্ৰদান কৰে। ইয়াক উচ্চ দৰৰ আঁচনি(হাই ৰেণ্টেল প্লান), ফেমিলী প্লান, জ্যেষ্ঠ নাগৰিক আৰু দীৰ্ঘম্যাদী গ্ৰাহকৰ বাবে ১০ বছৰ বা ততোধিক সময়ৰ বাবে পোষ্টপেইড গ্ৰাহকসকলৰ বাবে উপলব্ধ। ভিআই প্ৰায়’ৰিটি  প্ৰস্তাৱ আৰু সুবিধা…
Read More
টিকেএমে নৰ্থ টেক চিম্পোজিয়াম ২০২৩ৰ সময়ত বিশেষ উদ্দেশ্যৰ আইকনিক হাইলাক্স প্ৰদৰ্শন কৰে

টিকেএমে নৰ্থ টেক চিম্পোজিয়াম ২০২৩ৰ সময়ত বিশেষ উদ্দেশ্যৰ আইকনিক হাইলাক্স প্ৰদৰ্শন কৰে

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাতা(মেনুফেকচাৰ্ছ) আৰু আইআইটি জম্মুৰ সহযোগত ভাৰতীয় সেনাৰ নৰ্ডাৰ্ন কমাণ্ডৰ দ্বাৰা আয়োজিত বাৰ্ষিক অনুষ্ঠান নৰ্থ টেক চিম্পোজিয়াম ২০২৩ত দুখন মডিফাইড হাইলাক্স বাহন প্ৰদৰ্শন কৰে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে প্ৰতিৰক্ষা খণ্ডত থলুৱা প্ৰতিৰক্ষা প্ৰযুক্তিগত বিকাশ আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা। লগতে আধুনিকীকৰণ আৰু প্ৰতিৰক্ষা সক্ষমতা শক্তিশালী কৰাৰ বাবে ভাৰতীয় সেনাৰ সমন্বয়, গৱেষণা বিকাশ আৰু উদ্ভাৱনৰ প্ৰচেষ্টা বৃদ্ধি কৰা। বজাৰ সমীক্ষাৰ অন্তত টিকেএমে বিশেষভাৱে ভাৰতীয় সেনা-বাহিনীৰ বাবে টয়োটা হাইলাক্সত সালসলনি কৰিছে। এই সংশোধনবোৰৰ ভিতৰত আছে দূৰৱৰ্তী স্থানৰ বাবে ফিল্ড ডায়েগন’ছিছ ভেহিকেল (এফডিভি) আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৰেপিড ইণ্টাৰভেনচন ভেহিকেল (আৰআইভি)। এই সংশোধনসমূহৰ লক্ষ্য হৈছে ভাৰতীয় সেনা আৰু অন্যান্য…
Read More
আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ সৈতে অংশীদাৰিত্ব নিছানৰ

আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ সৈতে অংশীদাৰিত্ব নিছানৰ

নিছানে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ অফিচিয়েল স্পনছৰ(আনুষ্ঠানিক পৃষ্ঠপোষক) হিচাপে ইণ্টাৰনেচনেল ক্ৰিকেট কাউঞ্চিল(আইচিচি)ৰ সৈতে একেৰাহে অষ্টম বৰ্ষৰ অংশীদাৰিত্ব ঘোষণা কৰিছে। এই বহু প্ৰত্যাশিত প্ৰতিযোগিতাখন ভাৰতত ৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰ, ২০২৩লৈ অনুষ্ঠিত হ'ব আৰু ইয়াত বিশ্বকাপৰ অফিচিয়েল বাহন হিচাপে বিগ, বোল্ড আৰু বিউটিফুল নিছান মেগনাইট প্ৰদৰ্শিত হ'ব। নিছান মটৰ ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ(আইচিচি)ৰ সৈতে অংশীদাৰীত্বক নতুন মাত্ৰা প্ৰদান কৰিবলৈ আৰু উৎসৱমুখৰ ক্ৰিকেট বতৰ উদযাপনৰ বাবে নিছান মাগনাইট কুৰো বিশেষ সংস্কৰণ মুকলি কৰিছে। নিছানে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ সৈতে অংশীদাৰিত্ব কৰি ষ্টেডিয়ামত নিছান গাড়ীখন প্ৰদৰ্শন কৰাৰ লগতে টুৰ্ণামেণ্ট ট্ৰফী ট্যুৰৰ জৰিয়তে ক্ৰিকেট অনুৰাগীসকলক আকৰ্ষিত কৰিছে। প্ৰতিষ্ঠানটোৱে মলসমূহত 3ডি ট্ৰফী মুকলি…
Read More
ডিএছপি মিউচুৱেল ফাণ্ডে বৈচিত্ৰ্যতা বৃদ্ধিৰ বাবে আগবঢ়াইছে ডিএছপি মাল্টি এছেট আৱণ্টন পুঁজি

ডিএছপি মিউচুৱেল ফাণ্ডে বৈচিত্ৰ্যতা বৃদ্ধিৰ বাবে আগবঢ়াইছে ডিএছপি মাল্টি এছেট আৱণ্টন পুঁজি

ডিএছপি মিউচুৱেল ফাণ্ডে মুকলি কৰিছে ডিএছপি মাল্টি এছেট এল’কেচন ফাণ্ড (ডিএছপি এমএএএফ) মুকলি কৰিছে। যি হৈছে এক মুক্ত আঁচনি, যিয়ে ইকুইটিৰ দৰে দীৰ্ঘম্যাদী ৰিটাৰ্ণ প্ৰদান কৰি বজাৰৰ স্থিতিস্থাপকতা যোগ কৰে। এই আঁচনিখনে সামগ্ৰিক বিপদাশংকা হ্ৰাস কৰিবলৈ ঘৰুৱা ইকুইটি, আন্তৰ্জাতিক ষ্টক, ঋণ সঁজুলি, গল্ড ইটিএফ, পণ্য আৰু ইটিএফ তথা ইটিএফ চিডিকে ধৰি বিভিন্ন সম্পদ শ্ৰেণীত বিনিয়োগৰ বৈচিত্ৰ্যতা প্ৰদান কৰে। ডিএছপি এমএএফে ইকুইটিত ৩৫-৮০% বিনিয়োগ কৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় ইকুইটিত ৫০% পৰ্যন্ত বিনিয়োগ কৰিব পাৰে। ইয়াৰ লগতে ১০-৫০% ঋণত, ১০-৫০% গোল্ড ইটিএফত, ০-২০% অন্যান্য সামগ্ৰীত আৰু ১০% পৰ্যন্ত আৰইআইটি আৰু ইনভিআইটিত বিনিয়োগ কৰিব পাৰে। সময়ৰ লগে লগে সৰ্বোত্তম প্ৰদৰ্শন কৰা সম্পত্তিৰ শ্ৰেণীটো ভিন্ন…
Read More