APSC কেলেংকাৰীত গ্ৰেপ্তাৰ প্ৰাক্তন প্ৰধান নিয়ন্ত্ৰক নন্দ বাবু সিঙৰ জামিন মঞ্জুৰ আদালতৰ

এ পি এছ চিৰ নগদ ধন চাকৰি কেলেংকাৰিৰ সৈতে জড়িত ছয়জন বিষয়াক গ্ৰেপ্তাৰৰ লগে লগে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰাক্তন প্ৰধান নিয়ন্ত্ৰক নন্দ বাবু সিঙৰ জামিন মঞ্জুৰ কৰে আদালতে।

চাকৰিৰ বিনিময়ত নগদ ধন কেলেংকাৰিৰ সৈতে জড়িত নন্দ বাবু সিং আৰু অন্যান্য বিষয়াক গ্ৰেপ্তাৰ কৰিছিল বিশেষ তদন্তকাৰী দলে।

উল্লখ্য যে, ১১ ডিচেম্বৰত নন্দ বাবু সিঙক শিলচৰস্থিত বাসগৃহৰ পৰা আটক কৰি একেৰাহে দুদিন জেৰা কৰি গ্ৰেপ্তাৰ কৰা হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *