পুল বিৰ এই মেচখনত ভাৰতীয় দলৰ এই বৃহৎ জয়ৰ অন্যতম প্ৰধান নায়িকা হৈ পৰে নৱনীত কৌৰ আৰু মুমতাজ খান। দুয়ো ছিংগাপুৰৰ ৰক্ষণ বিভাগক থকাসৰকা কৰি তুলি হেট্ৰিক অৰ্জন কৰে।পুল বিৰ এই মেচখনত ভাৰতীয় দলৰ এই বৃহৎ জয়ৰ অন্যতম প্ৰধান নায়িকা হৈ পৰে নৱনীত কৌৰ আৰু মুমতাজ খান। দুয়ো ছিংগাপুৰৰ ৰক্ষণ বিভাগক থকাসৰকা কৰি তুলি হেট্ৰিক অৰ্জন কৰে।
হাংঝৌত চলি থকা মহিলা হকী এছিয়া কাপ ২০২৫ত নিজৰ পুল মেচত কালি ভাৰতে দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি ছিংগাপুৰক বিধ্বস্ত কৰি তোলে। প্ৰথমৰ পৰাই আগ্ৰাসী খেল প্ৰদৰ্শনেৰে ভাৰতীয় দলে তোলে গ’লৰ বন্যা আৰু প্ৰতিপক্ষ ছিংগাপুৰক ১২-০ গ’লত বৃহৎ ব্যৱধানত পৰাস্ত কৰে।
ভাৰতীয় হকীৰ জয়জয়কাৰঃপুল বিৰ এই মেচখনত ভাৰতীয় দলৰ এই বৃহৎ জয়ৰ অন্যতম প্ৰধান নায়িকা হৈ পৰে নৱনীত কৌৰ আৰু মুমতাজ খান
