ঘোচ লৈ হাত দাঙিলে লাট মণ্ডলে

64

বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই আটক কৰে এগৰাকী লাট মণ্ডলক |

সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাৰ জালত লাত মণ্ডল লবকান্ত নাথ।

নামজাৰীৰ বাবে বিচাৰিছিল এক লাখ টকা ৷

৫ হাজাৰ টকা ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে মন্ডল গৰাকীক ধৰে বুলি জানিব পৰা গৈছে।