PMAY আৰু MGNREGA আঁচনি ৰূপায়নত দুৰ্নীতি

সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৩ নং উত্তৰ পাকা গাওঁ পঞ্চায়তত পি এম এ ৱাই আৰু এম জি এনৰেগা আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি হিতাধীকাৰীসকলে পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী ৰাইজে অভিযোগ উত্থাপন কৰা মতে পি এম এ ৱাই আঁচনি হিতাধীকাৰী সকলে জৱ কাৰ্ডৰ জৰিয়তে পাবলগীয়া ধন লাভ কৰা নাই। বিপৰীতে সেই ধন অন্য লোকৰ একাউন্টতহে সোমাইছে গৈ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *