৩৫ হাজাৰ অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি স্থায়ী কৰাৰ সিদ্ধান্ত

ৰাজ্যখনৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিত কৰ্মৰত প্ৰায় ৩৫ হাজাৰ অস্থায়ী আৰু ঠিকা ভিত্তিক কৰ্মচাৰীক স্থায়ী কৰাৰ বাবে আগন্তক বিধানসভা অধিৱেশনৰ পূৰ্বে সম্পূৰ্ণ খচৰা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে।

আম আদমী পাৰ্টীয়ে নিৰ্বাচনৰ সময়ত চৰকাৰী বিভাগ সমূহত অস্থায়ী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি স্থায়ী বা নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই ভগৱন্ত মানে এই ৩৫ হাজাৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *