মন্দিৰ নিৰ্মাণৰ বাবে মুছলিম পৰিয়ালৰ মূল্ দান

দেশত চলি থকা ধৰ্মীয় বিবাদৰ মাজতে বিহাৰৰ পৰা পোহৰলৈ আহিছে এক ভাল খবৰ। এটা মন্দিৰৰ বাবে ভূমি দান কৰিলে এটি মুছলমান পৰিয়ালে।

বিশ্বৰ সৰ্ববৃহত মন্দিৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকাৰ ভূমি দান কৰে পৰিয়ালটোৱে।বিহাৰৰ কৈঠৱালিয়াক নিৰ্মাণ হৈ থকা ‘বিৰাত ৰামায়ণ মন্দিৰ’ৰ বাবে ভূমি দান কৰিলে পৰিয়ালটোৱে।

 আচাৰ্য কিশোৰে কয় যে ইষ্টিয়াক আহমদ খানৰ এই কৰ্মই ভাতৃত্ববোধৰ এক বিৰল উদাহৰণ দাঙি ধৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *