ঝাৰখণ্ডৰ দেৱঘৰত ত্ৰিকুট পাহাৰত থকা ৰপৱেত সংঘটিত হোৱা এই ঘটনাত আহত সকলোকে প্ৰেৰণ কৰা হৈছে হস্পাতাললৈ। ঘটনা সংঘটিত হোৱাৰ পাছতে প্ৰশাসনে উক্ত ৰপৱেৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীক তদন্তৰ আওতালৈ আনিছে।
কাৰিকৰী বিজুতিৰ বাবেই দুটা ৰপৱেৰ বক্স খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হবলৈ পালে বুলি সদৰি কৰিছে বিষয়াসকলে।